WATCH | Dhing News : সৰুদৈচিলা বিহু উৎসৱৰ লাইখুটা স্থাপন
ধিং,১৫এপ্ৰিল : অহা ১৫ মে’ পৰা ১৮ মে’ লৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সৰুদৈচিলা বিহু উৎসৱৰ লাইখুটা স্থাপন।
নগাঁও জিলা ধিঙৰ পশ্চিমাঞ্চলৰ নিজ ধিঙত অহা ১৫ মে’ পৰা ১৮ মে’ লৈ চাৰিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সৰুদৈচিলা বিহু উৎসৱ ৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত কৰিছে । অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানৰ শেষৰ দিনা জনপ্রিয় কণ্ঠশিল্পী কৃষ্ণমনি নাথে গীত পৰিৱেশন কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে(Dhing News)।
লগতে পঢ়ক : WATCH | Sivsagar News : পহিলা ব’হাগত উদুলি মুদুলি হৈ পৰিল ৰংঘৰৰ বাকৰি