WATCH | Sivsagar News : পহিলা ব’হাগত উদুলি মুদুলি হৈ পৰিল ৰংঘৰৰ বাকৰি
শিৱসাগৰ,১৫এপ্ৰিল : পহিলা ব’হাগত উদুলি মুদুলি হৈ পৰিল ৰংঘৰৰ বাকৰি।
সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন সপ্তদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু(Sivsagar News)।
অনুষ্ঠানৰ শুভ উদ্ধোধন অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিযুয হাজৰিকাই।
লগতে পঢ়ক : WATCH | Sivsagar News : উদুলি মুদুলি ঐতিহাসিক ৰংঘৰ বাকৰি