Local, Vocal, Global

প্ৰথম বাৰলৈ দিছপুৰৰ বাহিৰত হব হিমন্তৰ কেবিনেট

0 23

# আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ।
# এইবাৰ ধেমাজিত অনুষ্ঠিত হব কেবিনেট বৈঠক।
# প্ৰথম বাৰলৈ দিছপুৰৰ বাহিৰত হব হিমন্তৰ কেবিনেট।
# এদিনৰ বাবে মিনি দিছ্পুৰত পৰিণত হব ধেমাজি।
# মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত হব এই কেবিনেট বৈঠক।
# দিনৰ ১১বজাৰ হব আৰম্ভ এই কেবিনেট ।
# কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে।
# কেবিনেট বৈঠকৰ বাবে ন-ৰূপত সজাই তোলা হৈছে ধেমাজিৰ বাট পথ ।
# পৰৱৰ্তী কেবিনেট অনুষ্ঠিত হব বঙাইগাঁওত

Leave A Reply

Your email address will not be published.