Local, Vocal, Global

দেৰগাঁওত আৰক্ষীয়ে নিশা আচামী ধৰিবলৈ আহি ৰাংঢালী গাঁৱত লটিঘটি

ডিজিটেল ডেস্ক:- দেৰগাঁও আৰক্ষীয়ে নিশা আচামী ধৰিবলৈ আহি ৰাংঢালী গাঁৱত লটিঘটি৷ চাংত উঠিল আচামী তলত ওৰে নিশা বোন্দাপৰ আৰক্ষীৰ৷

হাতত দা লৈ ঘৰৰ চাঙত উঠিল ৰমজান আলী৷ দেৰগাঁও আৰক্ষীক ঘটিয়ে ঘটিয়ে পানী খুৱালে ৰমজানে৷

দেৰগাঁৱৰ ৰাংঢালীত সংঘটিত হৈছে এক আমোদজনক ঘটনা । এজন আচামীয়ে নিশাৰ পৰা পুৱালৈকে ঘটিয়ে ঘটিয়ে পানী খুৱালে দেৰগাঁও আৰক্ষীক । অৱশেষত ৰাইজে বুজনিত চাঙৰ পৰা নামে ৰমজান।

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক।