Local, Vocal, Global

Delhi Election Voting: চলি আছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক,৫ফেব্ৰুৱাৰী : আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ৭০খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। আজি ১.৫০কোটি ভোটাৰে নিৰ্ণয় কৰিব ৬৯৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য(Delhi Election Voting)।

পুৱা ১১ বজালৈকে দিল্লীত ভোটদানৰ হাৰ হৈছে- ১৯.৯৫শতাংশ।

লগতে পঢ়ক :Road accident in Mushalpur:বাক্সাৰ মুছলপুৰৰ মনসাত ভয়ংকৰ পথ দুৰ্ঘটনা;তীব্ৰবেগী ছুইফট বাহন সোমাল নৱনিৰ্মিত কালভাৰ্টৰ বৃহৎ গাঁতত