Local, Vocal, Global

Delhi Assembly Elections 2025: আজি ঘোষণা হ’ব পাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ দিন

নিউজ ডেস্ক,৭জানুৱাৰী : আজি ঘোষণা হ’ব পাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে ঘোষণা কৰিব ২০২৫ ৰ দিল্লী বিধানসভা নিৰ্বাচনৰ সময়সূচী(Delhi Assembly Elections 2025) ৷

মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজধানী দিল্লীৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিবলৈ দুখনকৈ সংবাদমেল অনুষ্ঠিত কৰিছে । এই সংবাদমেলখন বিজ্ঞান ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ।দুপৰীয়া ২ বজাত নিৰ্বাচন আয়োগৰ সংবাদমেল(Election Commission to announce dates at 2 p.m.)।

উল্লেখ্য যে, ২৩ ফেব্ৰুৱাৰীত ৭০ জনীয়া সদস্যৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল সমাপ্ত হ’ব ।

লগতে পঢ়ক :Sensational incident: গহপুৰৰ আৱৰ্ত ভৱনত যুৱতীৰ মৃতদেহ উদ্ধাৰ