Deepika Kumari enters archery quarterfinals : পেৰিচ অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ দীপিকা কুমাৰীৰ

নিউজ ডেস্ক,৩আগষ্ট : পেৰিচ অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে দীপিকা কুমাৰী।
আৰ্চাৰীত মহিলাৰ ব্যক্তিগত ইভেণ্টত কোৱাৰ্টাৰ ফাইনেলত স্থান দখল কৰিলে দীপিকা কুমাৰীয়ে(Deepika Kumari enters archery quarterfinals)।
আজি সন্ধিয়া ৫:০৯ বজাত অনুষ্ঠিত হব কোৱাৰ্টাৰ ফাইনেলৰ খেল।