Debabrata Saikia to appear at CID office today : আজি CIDৰ কাৰ্যালয়ত হাজিৰ হ’ব দেৱব্ৰত শইকীয়া

নিউজ ডেস্ক, ৬ মাৰ্চ : আজি CIDৰ কাৰ্যালয়ত হাজিৰ হ’ব দেৱব্ৰত শইকীয়া। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আইন উলংঘাৰ গোচৰত হাজিৰ হ’ব লাগিব(Debabrata Saikia to appear at CID office today) ।
চলিত বৰ্ষৰ জানুৱাৰী মাহত অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আছিল। যাত্ৰাৰ সময়ত গুৱাহাটীত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল(Debabrata Saikia to appear at CID office today)।
সেই ঘটনাৰ পৰিপ্ৰেক্ষিততে CIDয়ে দেৱব্ৰত শইকীয়ালৈ জাননী দিছিল। CIDৰ জাননীৰ ভিত্তিত আজি CIDৰ সন্মুখত উপস্থিত হ’ব শইকীয়া।
লগতে পঢ়ক : Terrible Road Accident in Bongaigaon : তীব্ৰবেগী ফৰ্চুনাৰে মহটিয়ালে যাত্ৰীবাহী টেম্পো;নিহত এজন, আহত ১০জন