Local, Vocal, Global

চিলিত ভয়ংকৰ বনজুই !

ভয়ংকৰ বনজুয়ে চানি ধৰিছে চিলি।শনিবাৰে নিশা দক্ষিণ-মধ্য চিলিত তীব্ৰ গৰমৰ বাবে বনজুই লাগে।এই জুইৰ ফলত ২৩ জনৰ লোকৰ মৃত্যু হয় আৰু আহত হয় ৯৭৯ জন।
মন্ত্ৰী মানুৱেল মনচালভে কয় যে “আমি ২৩ জন লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো ,” লগতে তেওঁ কয় যে এই অগ্নিকাণ্ডত ৯৭৯ জন লোক আহত হয়।উল্লেখ্য যে জুইৰ সৈতে যুঁজিবলৈ সামৰিক বাহিনীক একত্ৰিত কৰিবলৈ অনুমতি দিয়ে যিহেতু মৃত্যুৰ সংখ্যা বাঢ়ি গৈ আছে।কিন্তু তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছ লৈ বৃদ্ধি পোৱাৰ ফলত জুই নিয়ন্ত্ৰণত বাধা আহিছিল।