Local, Vocal, Global

বাংলাদেশত ভয়ংকৰ বোমা বিস্ফোৰণ !

ডিজিটেল ডেস্ক:-বাংলাদেশত ভয়ংকৰ বোমা বিস্ফোৰণ।বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ বোমা বিস্ফোৰণ ।ঢাকাৰ গালিস্তান এলেকাত এটা অট্টালিকাত সংঘটিত হৈছে এই বোমা বিস্ফোৰণ।মঙলবাৰে বিয়লি ৪ বজাত সংঘটিত হয় এই ঘটনাৰ।তথ্য অনুসৰি,বিস্ফোৰণৰ ফলত কমেও ১৭জনকৈ লোকৰ মৃত্যু হয়।আনহাতে আহত হৈছে ১০০জনৰো অধিক লোকৰ।মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।আহত লোকসকলক ঢাকা মেডিকেলত ভৰ্তি কৰোৱা হয়।
এটা ব্যস্ত বাণিজ্যিক জিলাত প্লাম্বিং যোগানৰ দোকান আৰু অন্যান্য ব্যৱসায় থকা এটা অট্টালিকাত বিস্ফোৰণটো সংঘটিত হয়।
বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।অধিত তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।