Local, Vocal, Global

Dead Body found in Jorhat: যোৰহাটত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

যোৰহাট,১১ ফেব্ৰুৱাৰী : যোৰহাটত উদ্ধাৰ মহিলাৰ মৃতদেহ

অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

অনুসূচীত জাতি পৰিষদ , যোৰহাট জিলা সমিতিৰ কাৰ্য্যালয়ৰ এটা পৰিত্যক্ত চৌহদত উদ্ধাৰ হৈছে মৃতদেহটো

তলমূৰ কৰি পৰি আছিল মৃতদেহটো(Dead Body found in Jorhat)

বৰ্তমান লৈকে চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটো

ঘটনাস্থলীত আৰক্ষী আৰু চক্ৰ বিষয়া উপস্থিত

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে

লগতে পঢ়ক :Massive fire breaks out in Dhing : ধিঙৰ পিংকি হাৰ্ডৱেৰত বিধ্বংসী অগ্নিকাণ্ড