Local, Vocal, Global

দৰঙত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়

  • দৰঙত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়
  • আৰক্ষীৰ অভিযানত আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী
  • জব্দ বৃহৎ সংখ্যক ফেনচিডাইল বটল
  • আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত আৰু দান্তেজিৎ দেউৰীৰ নেতৃত্বত এই অভিযান
  • আটক দুই সৰবৰাহকাৰী ৰফিক আলি, নেকিমুদ্দিন আহমেদ