Local, Vocal, Global

পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

  • দৰঙৰ বৰকুৰ গাঁৱৰ পুখুৰীত উদ্ধাৰ এক অচিনাক্ত মৃতদেহ
  • দলগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে অচিনাক্ত মৃতদেহটো
  • কিছুদিন পূৰ্বে কোনোবাই হত্যা কৰি পুখুৰী পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ
  • পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো
  • এতিয়ালৈকে মৃতদেহটোৰ কোনো পৰিচয় উদ্ধাৰ  হোৱা নাই
  • সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃস্থি হৈছে