Local, Vocal, Global

Daily Horoscope for 9th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো ইতিবাচক শক্তিৰে পৰিপূৰ্ণ । আজি আপুনি উত্সাহ-উদ্দীপনাৰে সৈতে কাম কৰিব ।

বৃষ ৰাশি: আজিৰ দিনটো আপুনি সতৰ্ক হৈ থাকক । আজি আপুনি দুশ্চিন্তাত ভুগিব পাৰে ৷ খৰচ কৰাৰ সময়ত সাৱধানে থাকিব ।

মিথুন ৰাশি: লাভদায়ক দিন । অবিবাহিতসকলে ভাল জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে । আৰ্থিক লাভ ৷ চাকৰি বা ব্যৱসায়ত লাভ হ’ব ।

কৰ্কট ৰাশি: আজিৰ দিনটো ধৰ্মীয় কৰ্মকাণ্ডৰ কাৰণে ভাল । মন্দিৰ দৰ্শনত গ’লে মনোবল বৃদ্ধি পাব আৰু মন ভাল লাগিব । পৰিয়ালৰ লোকৰ সৈতে সময় কটাব পাৰিলে প্ৰচুৰ আনন্দ আৰু পৰিতৃপ্তি পাব । আজি গোটেই দিনটো আপুনি সুস্থ আৰু সক্ৰিয় অনুভৱ কৰিব ।

সিংহ ৰাশি: আজি আপুনি সজাগ আৰু সতৰ্ক হৈ থাকক । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে লাভৱান হ’ব ।আজি আপোনাৰ স্বাস্থ্য সম্বন্ধীয় সমস্যা দেখা দিব পাৰে ।

কন্যা ৰাশি: সন্মান বৃদ্ধিৰ যোগ । আজি আপুনি নতুন গাড়ী বা বাহনৰ গৰাকী হ’ব পাৰে ।

তুলা ৰাশি: পৰিয়ালৰ লোকৰ সৈতে সময় পাৰ কৰিব । সহকৰ্মী আৰু সতীৰ্থৰপৰা সহযোগিতা লাভ কৰিব ।

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ।আজি আপুনি নতুন কোনো কাম বা প্ৰকল্প হাতত নোলোৱাটো ভাল । আৰ্থিক দিশত সুফল লাভ ।

ধনু ৰাশি: আজি আপুনি দিনটো বিষণ্ণ হৈ থাকিব । পৰিয়ালৰ সদস্যৰ পৰা উষ্ম আন্তৰিকতা লাভ নকৰিব ।আজি আপোনাৰ সাংসাৰিক পৰিৱেশত হতাশাই দেখা দিব পাৰে ।

মকৰ ৰাশি: নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ । ব্যৱসায়ত উন্নতি ৷ আৰ্থিক লাভৰ যোগ ।

কুম্ভ ৰাশি: সকলো প্ৰকাৰৰ কাজিয়া-বিবাদৰপৰা আঁতৰত থাকক । ধৰ্মীয় কাম-কাজত খৰচ বৃদ্ধি । । ব্যৰ্থতা আৰু হতাশাই আগুৰি ধৰিব ।

মীন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । আজি আপুনি সজীৱতা আৰু ইতিবাচক মনোভাৱেৰে পৰিপূৰ্ণ হৈ থাকিব । নতুন প্ৰকল্প হাতত ল’ব পাৰে ।ভ্ৰমণৰ যোগ ৷

লগতে পঢ়ক : International Yoga Day: মধ্যপ্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠ