Daily Horoscope for 9th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি: কর্ম প্ৰভাৱান্বিত হʼব । টকা ৰাহি-খৰচ ভাল হʼব । খৰচ সুস্থিৰে কৰিব।
বৃষ ৰাশি: আজি আপুনি যুক্তিৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব । কৰ্মত মনোযোগ দিব । গভীৰ নিৰ্ণয় লোৱাৰ সময়ত চিন্তা কৰিব ।
মিথুন ৰাশি: যিকোনো সৎকৰ্মত পলম নকৰাকৈ কৰক, সফলতা পাব । আপুনি এবাৰ লক্ষ্য ৰখাৰ পিছত তাত উপনীত হ’বলৈ পৰিশ্ৰম কৰক । লক্ষ্যত উপনীত হৈ আপোনাৰ আনন্দ লাগিব ।
কৰ্কট ৰাশি: ভাগ্য ভাল । ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব । প্ৰশংসা লাভ হʼব । কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব । আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল হʼব, লাভ হʼব ।
সিংহ ৰাশি: নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় । আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰে । প্ৰেমৰ সম্পর্ক ভাল হʼব।
কন্যা ৰাশি: অপৰিচিত লোকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব। দিন প্ৰায় ভাল, সফল হʼব । বিদেশী বন্ধুবৰ্গৰ লগত দিন ভাল হʼব।
তুলা ৰাশি: আজি পৰিয়ালৰ লগত আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব । ব্যস্ত কাৰ্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব। মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ।
বৃশ্চিক ৰাশি: সক্ৰিয় হৈ থাকক । আনৰ দোষ আপোনাৰ ওপৰত জাপি দিয়াৰ চেষ্টা চলিব পাৰে । সফল হʼব ।
ধনু ৰাশি: আমি অতি সাৱধানেৰে কর্ম পালন কৰাৰ উচিত । পুৰণি অসম্পূৰ্ণ কাৰ্য সম্পন্ন কৰাত সহায় হʼব । বিবাদ সমাধান কৰাৰ বাবে পুনৰ চেষ্টা কৰা হʼব । আপোনাৰ সৎকৰ্মক বেছি ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ।
মকৰ ৰাশি: আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দৰ সপোন দেখিব । আপোনাৰ এতিয়া আনন্দৰ দিন হʼব । আপুনি প্ৰায় সফল হʼব ।
কুম্ভ ৰাশি: আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব । আপোনাৰ বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ আপোনাৰ পছন্দৰ কাৰ্যই সহায় কৰিব । সতৰ্কতা অৱলম্বন কৰা উচিত ৷
মীন ৰাশি: খৰচ বৃদ্ধি হʼব পাৰে । টকা-পইচা অনিশ্চিত হʼব পাৰে । খৰচ সুস্থিৰে কৰিব । আজি আপোনাৰ খৰচ বৃদ্ধি হʼব । সতৰ্ক হোৱা উচিত ।