Daily Horoscope for 9th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ : আজিৰ দিনটো শিক্ষাৰ্থীৰ বাবে শুভ। মনত কিছু অশান্তিয়ে দেখা দিব। প্ৰেমত শুভ।
বৃষ : শৰীৰ ভালে থাকিব। মন উৎফুল্লিত হৈ থাকিব।শিক্ষাৰ্থীৰ শুভ।
মিথুন : কৰ্মত উন্নতি। সামাজিক কাম-কাজৰ লগত জড়িতসকলে সফলতাৰ সন্মুখীন হ’ব। খৰচ বাঢ়িব পাৰে।
কৰ্কট : প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। আজিৰ দিনটো শিক্ষাৰ্থীৰ শুভ।
সিংহ : মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে।
কন্যা : ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। বিদ্যাৰ্থীৰ শুভ। আৰ্থিক সমস্যা দূৰ হ’ব।
তুলা : কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে এটা শুভ দিন। বৈবাহিক দিশত শুভফল লাভ কৰিব।
বৃশ্চিক : ধন লাভ হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীয়ে সুফল লাভ কৰিব।প্ৰেমত শুভ।
ধনু : প্ৰেমত শুভ। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ। ধন লাভ হোৱাৰ সম্ভাৱনা আছে।
মকৰ : শাৰিৰীক তথা মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক।
কুম্ভ : সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব।
মীন: কৰ্মত আশাবাদী। প্ৰেমত আশানুৰূপ ফল লাভ কৰিব। ব্যৱসায়ত সুফল।