Daily Horoscope for 8th March : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ বন্ধুৰ লগত তৰ্ক হ’ব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ লক্ষ্যত সফল ৷
বৃষ ৰাশি : আজি আপুনি কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
মিথুন ৰাশি : হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰক ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিত বাবে দিনটো শুভ ৷
কৰ্কট ৰাশি : দিনটো সুভ ৷ আনন্দময় হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷
সিংহ ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
কন্যা ৰাশি : কর্মত ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ স্বাস্থ্যৰ যতন লওক ৷ লক্ষ্যত সফল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
তুলা ৰাশি : নিজৰ শিল্পী প্ৰতিভা ব্যৱহাৰ কৰক ৷ আঁচৰিত নহ’ব, কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷
বৃশ্চিক ৰাশি : দিনটো ভাল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ বাধা-বিঘিনিবোৰ আঁতৰ হʼব ৷
ধনু ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ বিপদাশংকা নাই ৷ দিনটো প্ৰায় ভাল ৷ প্ৰেমত শুভ ৷
মকৰ ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন ইয়াৰ প্ৰভাৱ পৰিব ৷ প্ৰেমৰ সম্পর্ক কিছু কঠিন হ’ব ৷
কুম্ভ ৰাশি : আজি ভাগ্য ভাল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ ৷
মীন ৰাশি : দিনটো প্ৰায় ভাল ৷ আজি ভাগ্য ভাল ৷ নিজৰ ব্যৱসায় আৰু কর্মত মনোযোগ দিব ৷ লক্ষ্যত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷