Daily Horoscope for 23th November : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ: সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে থাকিব। নিয়মিত ব্যায়াম কৰক।
বৃষ: আজি আপোনাৰ শৰীৰ ভালে থাকিব। মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ।
মিথুন: কৰ্মত উন্নতি। সামাজিক কাম-কাজৰ লগত জড়িতসকলে সফলতাৰ সন্মুখীন হ’ব। খৰচ বাঢ়িব পাৰে।
কৰ্কট: প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। আজিৰ দিনটোত আপোনাৰ আনৰ প্ৰতি দয়া-মমতা বাঢ়িব। শিক্ষাৰ্থীৰ শুভ।
সিংহ: মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে।
কন্যা: কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে এটা শুভ দিন। বৈবাহিক দিশত শুভফল লাভ কৰিব।
তুলা: ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। বিদ্যাৰ্থীৰ শুভ। আৰ্থিক সমস্যা দূৰ হ’ব।
বৃশ্চিক: আজি আোপানৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীয়ে সুফল লাভ কৰিব।প্ৰেমত শুভ।
ধনু: প্ৰেমত শুভ।বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ।
মকৰ: কৰ্মত আশাবাদী। প্ৰেমত আশানুৰূপ ফল লাভ কৰিব। ব্যৱসায়ত সুফল।
কুম্ভ: শিক্ষাৰ্থীৰ শুভ। মনত কিছু অশান্তিয়ে দেখা দিব। ৰাজনীতিত কিছু সমস্যাই দেখা দিব।
মীন: শাৰিৰীক তথা মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক।