Local, Vocal, Global

Daily Horoscope for 16th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ বন্ধুৰ লগত পাৰ্টী হ’ব পাৰে ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি হ’ব পাৰে ৷ ভাগ্য প্ৰায় ভাল ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ আনন্দিত ফল লাভ ৷ প্ৰশংসা লাভ ৷

কৰ্কট ৰাশি : স্বাস্থ্যৰ ভালদৰে যত্ন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷

সিংহ ৰাশি : টকা-পইচাৰ নিশ্চিতি হʼব ৷ ন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ কাম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷

কন্যা ৰাশি : স্বাৰ্থ সৃষ্টিকৰ্তা হিচাবে প্ৰকাশ কৰিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন ইয়াৰ প্ৰভাৱ পৰিব ৷ সন্ধিয়াটো প্ৰায় ভাল হʼব ৷ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷

তুলা ৰাশি : দিনটো শুভ ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে ন গৃহলৈ পৰিণত কৰিব পাৰে ৷

বৃশ্চিক ৰাশি : খেলুৱৈ, অভিযন্তাৰ বাবে আজি শুভ দিন ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷

ধনু ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ বন্ধু আৰু প্ৰেমৰ সম্পর্কত থকা সকলৰ মাজত পাৰ্টী হʼব ৷

মকৰ ৰাশি : নতুনকৈ ব্যৱসায় কৰিব পাৰে ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব৷ ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷

কুম্ভ ৰাশি : দিনটো সক্ৰিয় হৈ থাকিব ৷ লক্ষ্যত সফল ৷ ব্যৱসায়ত সফল ৷ ব্যৱসায় বৃদ্ধিৰ যোগ ৷ বিবাহিতসকলৰ বাবে দিনটো ভাল ৷ প্ৰেমত শুভ ৷

মীন ৰাশি : বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷ প্ৰেমত শুভ ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷