Local, Vocal, Global

Daily Horoscope for 10th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপুনি আৰ্থিক লেনদেনত সৰ্তক হওক ।সাৱধান হৈ গাড়ী চলাওক । ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে। নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে । অৰ্থ লাভ কৰিব পাৰে ।

বৃষ ৰাশি :ব্যৱসায়ীসকলৰ বাবে শুভ দিন ৷ সঠিক স্থানত বিনিয়োগ কৰক । আইনী লেনদেনত সতৰ্ক হওক । সন্তানৰ ভাল খবৰে আপোনাক প্ৰফুল্লিত কৰিব ।

মিথুন ৰাশি : আজি আপুনি ব্যৱসায়ীসকল লাভান্বিত হ’ব ৷ কৰ্মক্ষেত্ৰত শুভ ৷ অপ্ৰত্যাশিত অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে ।

ককৰ্ট ৰাশি : দীঘলীয়া কথা বতৰাত লিপ্ত নহ’ব ৷ দিনটোৰ পিচৰ ভাগত পৰিস্থিতি উন্নত হ’ব । জ্যেষ্ঠ আৰু কনিষ্ঠসকল আপোনাৰ কামত সন্তুষ্ট আৰু সুখী হ’ব। আৰ্থিক স্থিতিও উন্নত হোৱাৰ সম্ভাৱনা আছে ।

সিংহ ৰাশি : স্বাস্থ্য, মন আৰু বাৰ্তালাপ নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালকেন্দ্ৰিক বিবাদ হ’ব পাৰে । অবৈধ আৰু অনৈতিক কামৰ পৰা বিৰত থাকক ৷ নেতিবাচক চিন্তাধাৰা এৰাই চলক ৷

কন্যা ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । ব্যৱসায়িক দিশত শুভ ৷ স্বাস্থ্যজনিত কাৰণত বহু ধন ব্যয় হ’ব পাৰে । একেসময়তে, অপ্ৰত্যাশিত আৰ্থিক লাভ হ’ব পাৰে ।

তুলা ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ । গাৰ্হস্থ্য জীৱন সুখী আৰু শান্তিপূৰ্ণ হ’ব । স্বাস্থ্য ভালে থাকিব। মনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক।

বৃশ্চিক ৰাশি : শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন । সৃষ্টিশীল কামত নিয়োজিত হওক । ঘৰ আৰু কৰ্মথলীত শুভ ৷

ধনু ৰাশি : মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ৷ আপোনাৰ আৰ্থিক আৰু সামাজিক স্থিতিত বিৰোপ প্ৰভাৱ পৰিব পাৰে । সৃষ্টিশীল কামত মনোনিৱেশ কৰক ৷ প্ৰিয়জনৰ লগত সময় কটাওক ৷ শিক্ষাৰ্থীৰ বাবে শুভ ৷

মকৰ ৰাশি : গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভাবি-চিন্তি লওক ৷কোনো অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ‘ব পাৰে। সম্পত্তিৰ লেনদেন কৰোতে সাৱধান হওক ৷

কুম্ভ ৰাশি :নেতিবাচক চিন্তাৰ পৰা সাৱধান হওক ৷ আজি আপোনাৰ স্বাস্থ্যৰ হানি কৰিব পাৰে ।

মীন ৰাশি : নতুন কাম আৰম্ভ কৰিবলৈ শুভ দিন । পৰিয়ালৰ লগত সময় কটাওক। খং নিয়ন্ত্ৰণ কৰক ৷