Local, Vocal, Global

Dacoit arrested with pistol : ৰূপহীহাটত আৰক্ষীৰ জালত পিষ্টলসহ এটা ডকাইত

নিউজ ডেস্ক,২৩জুলাই : ৰূপহীহাটত আৰক্ষীৰ জালত পিষ্টলসহ এটা ডকাইত। USAত নিৰ্মিত .22 পিষ্টলসহ আটক ডকাইতটোক।

আটকধীন ডকাইটো নগাঁৱৰ মধ্য শিয়ালমাৰীৰ চান্দ মিঞা বুলি জানিব পৰা গৈছে(Dacoit arrested with pistol) ।

জানিব পৰা মতে, কিছুদিন পূৰ্বে কাঞ্চনপুৰত সংঘটিত গুলীয়াগুলীত জড়িত আছিল চান্দ মিঞ। পূৰ্বেও কেইবাটাও ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগ।

লগতে পঢ়ক : Dead body recovered in Guwahati : কলংপাৰ বজাৰৰ সমীপৰ নলাত উদ্ধাৰ যুৱকৰ মৃতদেহ