ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৬৬৬ গৰাকী
- সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১২০১ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৯ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ২ হাজাৰ ৭৩ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৬,৭৭৫ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৭৪ হাজাৰ ৪১১ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮৮৪ গৰাকী লোকৰ
- সোমবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩৮ হাজাৰ ৫৮৫ গৰাকীৰ স্বোৱাব পৰীক্ষা