Local, Vocal, Global

ৰাজ্যত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ গণ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৭৬৭গৰাকী
  • শুক্ৰবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৯৩১ গৰাকী ৰোগীয়ে
  • মৃত্যু হয়১০ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯৯ হাজাৰ ৭৪৯ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৬৯ হাজাৰ ৩৩২ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮৪৩ গৰাকী লোকৰ
  • বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩৫ হাজাৰ ০৪০