Local, Vocal, Global

অসমত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ গণ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৫২১ গৰাকী
  • সোমবাৰে দিনটোত আৰোগ্য লাভ কৰে ১৪৫৭ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ১০ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯৫ হাজাৰ ৩০৪ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,৪৩৯ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৬৬ হাজাৰ ০৩৬ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮২৬ গৰাকী লোকৰ
  • সোমবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১ লাখ ৭ হাজাৰ ৯০০ লোকৰ স্বোৱাব পৰীক্ষা