Local, Vocal, Global

Covid Update

0 4

● বিগত ২৪ ঘণ্টাত ভাৰতত ১৩,৫৯৬ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
● দৈনিক সংক্ৰমণৰ হাৰ ১.৩৭ শতাংশ ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৪০,৮১,৩১৫ জন ।
● ইতিমধ্যে ৪,৫২,২৯০ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ১৬৬ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ৫৯,১৯,২৪,৮৭৪ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● বিগত ২৪ ঘণ্টাত ৯,৮৯,৪৯৩ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ৯৭,৭৯,৪৭,৭৮৩ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ১২,০৫,১৬২ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Leave A Reply

Your email address will not be published.