ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’না গণসংক্ৰমণ

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩১৩ গৰাকী
- বৃহস্পতিবাৰে দিনটোত আৰোগ্য লাভ কৰে ৭৬১ গৰাকী ৰোগীয়ে
- বৃহস্পতিবাৰৰ দিনটোত কৰ’নাত আক্ৰান্ত হৈ এজনৰো মৃত্যু হোৱা নাই
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৮ হাজাৰ ০৫৪ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৭,৬৬২ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৯৯,৪৫৫ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৩৪ গৰাকী লোকৰ
- বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৭ হাজাৰ ৯৫৯ গৰাকীৰ স্বোৱাব পৰীক্ষা