ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ গণসংক্ৰমণ

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩৮০ গৰাকী
- বুধবাৰে দিনটোত আৰোগ্য লাভ কৰে ৬৫৫ গৰাকী ৰোগীয়ে
- বুধবাৰৰ দিনটোত কৰ’নাত আক্ৰান্ত হৈ এজনৰো মৃত্যু হোৱা নাই
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৬ হাজাৰ ৯৮২ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৮,৪৮১ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৯৭,৫৬৬ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৩২ গৰাকী লোকৰ
- বুধবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩০ হাজাৰ ৩৩৪ গৰাকীৰ স্বোৱাব পৰীক্ষা