ৰাজ্যত হ্ৰাস পাবলৈ ধৰিছে কৰ’নাৰ গণসংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২০৪গৰাকী
- ৰবিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২,৯৬১ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৪ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৪ হাজাৰ ১৭১ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ১৭,৫১০ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৮৫ হাজাৰ ৭৫২ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯০৬ গৰাকী লোকৰ
- ৰবিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৮ হাজাৰ ৭৫৩ গৰাকীৰ স্বোৱাব পৰীক্ষা