দেশত অব্যাহত কৰ’নাৰ ভয়াৱহতা
- বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৬৯,৬৫২ গৰাকী
- ২৪ ঘন্টাত সমগ্ৰ দেশত ৫৮,৭৯৪ গৰাকী ৰোগীৰ আৰোগ্য লাভ
- দেশত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ২৮ লাখ ৩৬ হাজাৰ ৯২৫ গৰাকী
- দেশত বৰ্তমানলৈ সুস্থ ২০ লাখ ৯৬ হাজাৰ ৬৬৪ গৰাকী
- দেশত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈ ৫৩ হাজাৰ ৮৬৬ গৰাকীৰ মৃত্যু
- সম্প্ৰতি ভাৰতত চিকিৎসাধীন অৱস্থাত আছে ৬ লাখ ৮৬ হাজাৰ ৩৯৫ গৰাকী