Local, Vocal, Global

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৬৬ গৰাকী
  • দেওবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ৭৩০ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় এগৰাকী কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৬ হাজাৰ ৫১৭ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৮,৮০২ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১ লাখ ৯৬,৭৮১ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৩১ গৰাকী লোকৰ
  • শুক্ৰবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১১ হাজাৰ ৫৭৬ গৰাকীৰ স্বোৱাব পৰীক্ষা