Local, Vocal, Global

WATCH | Congress Protest : ৰূপজ্যোতিৰ বিৰুদ্ধে সদনৰ চৌহদ কঁপালে কংগ্ৰেছে

নিউজ ডেস্ক,২৪মাৰ্চ : ৰূপজ্যোতিৰ বিৰুদ্ধে সদনৰ চৌহদ কঁপালে কংগ্ৰেছে

বিধানসভাত কংগ্ৰেছৰ প্ৰতিবাদ(Congress Protest)

ৰূপজ্যোতি কুৰ্মী কাণ্ডক লৈ এই প্ৰতিবাদ

ক’লা কাপোৰ পিন্ধি বিধানসভালৈ আহিছে কংগ্ৰেছ বিধায়ক

হাতে হাতে বেনাৰ পোষ্টাৰ লৈ উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ

লগতে পঢ়ক : WATCH | Akhil Gogoi : ‘২০২৬ৰ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীক হৰুৱাব লাগিব’-অখিল গগৈ