Local, Vocal, Global

WATCH | Congress Protest : গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্স চৌহদ

নিউজ ডেস্ক,১৭মাৰ্চ : গৃহমন্ত্ৰী অমিত শ্বাহে অসমীয়াৰ স্বভিমান গামোচাখনক কৰা অপমানৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ।

গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্স চৌহদ(Congress Protest)।

গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কংগ্ৰেছৰ।

লগতে পঢ়ক :WATCH | Massive fire breaks out: বিশ্বনাথৰ ফলফলিত ভয়ংকৰ অগ্নিকাণ্ড