Local, Vocal, Global

WATCH | Massive fire breaks out: বিশ্বনাথৰ ফলফলিত ভয়ংকৰ অগ্নিকাণ্ড

বিশ্বনাথ,১৭মাৰ্চ : বিশ্বনাথৰ ফলফলিত ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত জ্বলি ভস্মীভূত দুখনকৈ স্কুটি । লগতে ঘৰৰ কেইবাখনো খিৰিকি আৰু পৰ্দা । ফলফলিৰ দিপ্তী শইকীয়াৰ বাসগৃহত এই অগ্নিকাণ্ড। নিশা ৩-৩০ মান বজাত কোনো লোকে ঘৰৰ চোতালত থকা স্কুটি কেইখনত অগ্নি সংযোগ কৰাৰ সন্দেহ(Massive fire breaks out)।

স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন।

লগতে পঢ়ক : WATCH | Robbery incident: কলিয়াবৰত ডকাইতি কাণ্ড