Local, Vocal, Global

WATCH | Congress Protest : আৰক্ষীৰ বেৰিকেড ভাঙি উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ

নিউজ ডেস্ক,১৬এপ্ৰিল : আৰক্ষীৰ বেৰিকেড ভাঙি উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ।

ভূপেন বৰা, ৰিপুন বৰাসহ বহু কংগ্ৰেছৰ নেতা কৰ্মীক আটক আৰক্ষীৰ(Congress Protest)।

ছোনিয়া গান্ধী-ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজপিয়ে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ।

লগতে পঢ়ক : watch | Golaghat News : গোলাঘাটত মুকলি বিহু উদযাপন