Local, Vocal, Global

WATCH | Congress Protest : কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটী মহানগৰী

নিউজ ডেস্ক,১৬এপ্ৰিল : কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটী মহানগৰী। মহানগৰীৰ EDৰ কাৰ্যালয় ঘেৰাও কৰিছিল কংগ্ৰেছে।

নেচনেল হেৰলড গোচৰৰ চাৰ্জচিটত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধী নাম উল্লেখ হোৱা পিছতে ED কাৰ্যালয় ঘেৰাও কৰিবলৈ আহিল ভূপেন বৰা নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ।

আটক হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ(Congress Protest)।

লগতে পঢ়ক : WATCH | Utpal Sarma : বিদেশীৰ প্ৰসংগত তেজপুৰত উৎপল শৰ্মাৰ মন্তব্য