WATCH | Congress Protest : কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ মাজমজিয়া
নিউজ ডেস্ক,৫এপ্ৰিল : কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ মাজমজিয়া।
পাণবজাৰত সমুখসমৰত আৰক্ষী আৰু কংগ্ৰেছী প্ৰতিবাদকাৰী(Congress Protest)।
এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছে উলিয়াইছিল সমদল।
আৰক্ষীয়ে আটক কৰিছে প্রতিবাদলৈ যোৱা কেইবাজনো নেতাক।
লগতে পঢ়ক : WATCH | Jamugurihat Theft: জামুগুৰিহাটত দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাস