Local, Vocal, Global

Watch | Complaint regarding the construction of the clerk’s room in the office of the deputy registrar of Dalgav : দলগাঁৱৰ উপ-পঞ্জীয়কৰ কাৰ্যলয়ৰ মহৰী কোঠা নিৰ্মানৰ লৈ অভিযোগ

দলগাঁও: দৰং জিলাৰ দলগাঁৱৰ উপ-পঞ্জীয়কৰ কাৰ্যলয়ৰ মহৰী কোঠা নিৰ্মানৰ লৈ অভিযোগ। একাংশ মহৰী কোঠা দালালে দালালি কৰা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। চৰকাৰী ভূমিত মহৰী সকলে কেনেকৈ ব্যক্তিগত কোঠা নিৰ্মান কৰিলে সেয়াও ৰহস্যৰ আৱৰ্তত।
অচিৰেই উপ পঞ্জীয়কৰ কাৰ্যলয়ৰ পৰা দালাল ৰাজ মুক্ত কৰিবলৈ উপ পঞ্জীয়কৰ বিষয়াক স্থানীয় ৰাইজে আহ্বান জনাইছে ৷