Local, Vocal, Global

মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ সামৰ্থ্য বৃদ্ধিৰ বাবে ‘মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি’ অথবা ‘অসম আৰোগ্য নিধি’লৈ দান-বৰঙনি আগবঢ়াবলৈ দান-বৰঙনি আগবঢ়াবলৈ বিনম্ৰ আহ্বান জনাই

‘সাম্প্ৰতিক ক’ভিড মহামাৰীয়ে মানৱ সমাজলৈ অকল্পনীয় সংকট নমাই আনিছে। এই অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ ৰাজ্য চৰকাৰৰ সামৰ্থ্য বৃদ্ধিৰ বাবে ‘মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি’ অথবা ‘অসম আৰোগ্য নিধি’লৈ উদাৰ চিত্তে দান-বৰঙনি আগবঢ়াবলৈ মই ৰাইজলৈ বিনম্ৰ আহ্বান জনাইছোঁ’    —–ড. হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী