Local, Vocal, Global

বন্ধ হ’ব কাগজৰ ব্যৱহাৰ

বন্ধ হ’ব কাগজৰ ব্যৱহাৰ
বছৰি ৰক্ষা পৰিব ২.৮২ লাখ বৃক্ষ

দেশৰ আদালত সমূহত বন্ধ হ’ব কাগজৰ ব্যৱহাৰ।আদালত সমূহত কাগজৰ ব্যৱহাৰ হ্ৰাস কৰি ডিজিটেল মাধ্যমক আঁকোৱালি ল’বলৈ দাবী । এইক্ষেত্ৰত আইন মন্ত্ৰালয়ে কাগজৰ ব্যৱহাৰৰ ভিত্তিত অৱসান ঘটাবলৈ অগ্ৰসৰ হৈছে ।

যাৰ ফলত দেশত বছৰি ২.৮২ লাখ গছ ৰক্ষা পৰিব আৰু সেই বৃক্ষৰ জৰিয়তে উৎপন্ন হ’ব ৩.৩৯ কোটি কিলো অক্সিজেন ।ইতিমধ্যে ছুপ্ৰিম ক’ৰ্ট আৰু দেশৰ কেইবাখনো হাইক’ৰ্টত কাগজৰ ব্যৱহাৰ ক্ৰমানে নোহোৱা হৈছে ।