Local, Vocal, Global

CID summons APCC Chief Bhupen Borah for second time : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ দ্বিতীয়বাৰৰ বাবে CIDৰ চমন

নিউজ ডেস্ক, ৫ মাৰ্চ : ভূপেন বৰালৈ CIDৰ । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ দ্বিতীয়বাৰৰ বাবে CIDৰ চমন(APCC chief Bhupen Borah receives second CID summons amid arrest threat)৷

৭ মাৰ্চত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ভূপেন বৰাক৷ অন্যথা গ্ৰেপ্তাৰ কৰাৰ জাননী ভূপেন বৰাক(CID summons APCC Chief Bhupen Borah for second time)৷

প্ৰথমবাৰ উপস্থিত হোৱা নাছিল CID কাৰ্যালয়ত পিছত ৭ মাৰ্চত চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়ক : BSP leader shot dead in Chhatarpur : বহুজন সমাজ পাৰ্টীৰ (বিএছপি) নেতাক গুলীয়াই হত্যা