Local, Vocal, Global

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ কমলাক্ষ দে পুৰকায়স্থৰ

নিউজ ডেক্স,৮ জুলাই : AUIDFৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে বিধায়ক Kamalakhya Dey Purkayasthaই ।

উল্লেখ্য যে, কমলাক্ষ ই লুকাই গো-মাংস খোৱা বুলি অভিযোগ কৰিছিল আজমলে।

এই বিতর্কিত মন্তব্যৰ পৰিপ্ৰেক্ষিতত সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিধায়ক গৰাকীয়ে।