চাৰিচকীয়া বাহন চলাওঁতে সাৱধান!
- ৩০ অক্টোৱৰৰ আগেয়ে বাহনত লগাব লাগিব হাই ছিকিউৰিটী নাম্বাৰ প্লেট
- বাহনৰ সুৰক্ষা অধিক সুনিশ্চিত কৰাৰ বাবে থাকিব ছিকিউৰিটী প্লেট
- বাহনৰ ফিটনেছ প্ৰমাণ পত্ৰ নহ’লে নাপাব হাই ছিকিউৰিটী নাম্বাৰ প্লেট
- হাই ছিকিউৰিটী নাম্বাৰ প্লেট লগাবলৈ হ’লে যোগাযোগ কৰিব লাগিব ডিলাৰৰ সৈতে
- হাই ছিকিউৰিটী নাম্বাৰ প্লেট লগোৱা বাধ্যতামূলক কৰিছে দিল্লী আৰু উত্তৰ প্ৰদেশ চৰকাৰে
- অনলাইন আবেদন কৰিবৰ বাবে com/index.aspx