৭ আৰু ১০ ডিচেম্বৰত BTRৰ নিৰ্বাচন

- অৱশেষত BTR নিৰ্বাচনৰ দিন ঘোষণা ।
- দুটা পৰ্যায়ত হ’ব BTR ৰ নিৰ্বাচন ।
- ৭ আৰু ১০ ডিচেম্বৰত ভোটগ্ৰহন ।
- ৭ ডিচেম্বৰত বাক্সা, ওদালগুৰি জিলাত হ’ব ভোটগ্ৰহন ।
- ১০ ডিচেম্বৰত কোকৰাঝাৰ,চিৰাঙত ভোটগ্ৰহন ।
- ভোটগ্ৰহনৰ সময় পুৱা ৭.৩০-৪.৩০ বজালৈ ।
- ১২ ডিচেম্বৰত ভোটগণনাৰ দিন
- ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছে এই কথা