Watch | Brutal murder at night in Mariani: মৰিয়নিত নিশা নৃশংস হত্যাকাণ্ড

গুৱাহাটী: মৰিয়নিত নিশা ভয়ংকৰ ঘটনা। মানসিক বিকাৰগ্ৰস্থ যুৱকৰ আক্ৰমনত এজন নিহত।নকছাৰী তিৰুৱাল চাহ বাগিছাত সংঘটিত হৈছে এই ঘটনা। সুন্টো ঘাটোৱাল নামৰ যুৱকজনক ৰ’ডেৰে মৰিয়াই হত্যা পিংকু হাতীবৰুৱা নামৰ মানসিক বিকাৰগ্ৰস্থ যুৱকজনৰ।গুৰুত্বভাৱে আহত মিন্টু ঘাটোৱাল নামৰ আন এজন যুৱক।হত্যাকাৰী পিংকু হাতীবৰুৱাৰ বাসগৃহত কেইবাশতাধিক উত্তেজিত ৰাইজৰ আক্ৰমন।বাসগৃহৰ লগতে বাহন ভাঙি লণ্ড ভণ্ড।ঘৰৰ ভিতৰত আবদ্ধ কেইবাগৰাকীও লোক।গৃহত অগ্নি সংযোগৰ চেষ্টা একাংশ উত্তেজিত লোকৰ।দেবেৰাপাৰ আৰু মৰিয়নি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা।