ব্ৰহ্মপুত্ৰত পুনৰ অঘটন, চকুৰ প্ৰচাৰতে উটি গʼল যাত্ৰীবাহী নাও

ৰাজ্যত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত ক্ৰমাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে। প্ৰৱল সোঁতৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গʼল এখন যাত্ৰী বাহী নাও। সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰত ডুব গৈছে নাওখন।
মাজুলীৰ পৰা সূলভ মূল্যৰ চাউল কঢ়িয়াই আনিছিল নাওখনে। ব্ৰহ্মপুত্ৰত খুব গʼল ৯০ কুইন্টলত চাউল সহ এখন বাহন। নাৱৰীয়াসহ কথমপি প্ৰাণ ৰক্ষা পৰে ৫ জন লোকৰ ।
মাজুলী বাসীৰ দুখৰ শেষ কেতিয়া হʼব ? দলং খন নোহোৱাৰ বাবেই কিমান জিয়াতু ভূগিব নৈ পৰীয়া জনতাই?