Local, Vocal, Global

বৰডুমছা হত্যাকাণ্ড সন্দৰ্ভত চাৰ্জশ্বীট দাখিল NIAৰ

  • বৰডুমছা হত্যাকাণ্ড সন্দৰ্ভত চাৰ্জশ্বীট দাখিল NIAৰ
  • ৭ অভিযুক্তৰ বিৰুদ্ধে দাখিল চাৰ্জশ্বীট দাখিল NIAৰ
  • ২০১৮ বৰ্ষৰ ৫ মে’ত বৰডুমছা আৰক্ষী সেনাৰে সংঘৰ্ষ হৈছিল আলফাৰ
  • এই সংঘৰ্ষত প্ৰাণ গৈছিল আৰক্ষী উপ-পৰিদৰ্শক ভাস্কৰ কলিতাৰ
  • অভিযুক্তৰ তালিকাত বিজিত গগৈ ওৰফে অৰুণোদয় দহোটীয়াৰ নাম
  • বুবুল মৰাণ ওৰফে টাইগাৰ অসম,কান্ত বৰা,সন্তোষ গগৈ,জুচিন্তা মৰাণ, দিপাংকৰ বৰা,মামুন দিহিঙীয়াৰো অভিযুক্তৰ নাম তালিকাত