১২ ঘন্টীয়া বন্ধৰ ফলত অচল বৰাক
- আজি ১২ ঘন্টীয়া বৰাক উপত্যকা বন্ধৰ আহ্বান
- ছাত্ৰ সংগঠনৰ দ্বাৰা বন্ধৰ আহ্বান
- পুৱাৰে পৰা ৰাজপথত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী
- অসম-মিজোৰামৰ সীমা বিবাদৰ স্থায়ী সমাধানৰ দাবী
- বৰাক উপত্যকাত বন্ধ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান
- বন্ধৰ প্ৰভাৱ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিটো দেখা গৈছে
- বিভিন্ন দল সংগঠনে এই বন্ধৰ সমৰ্থন জনাইছে