Local, Vocal, Global

অসমলৈ আহিব বলিউদ অভিনেতা চনু সুদ…

ডিজিটেল ডেস্কঃ-অসমলৈ আহিব বলিউদ অভিনেতা চনু সুদ।২ মাৰ্চত কোকৰাঝাৰলৈ আহিব যশস্বী অভিনেতা তথা জনতাৰ নায়ক চনু সুদ।
কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেশ্যনেল ন’লেজ ফেষ্টিভেলত অংশ ল’ব অভিনেতাগৰাকীয়ে৷এয়া হ’ব তেওঁৰ প্ৰথম উত্তৰ -পূৱ ভ্ৰমণ।উত্তৰ-পূবলৈ আমন্ত্ৰণ লাভ কৰি যথেষ্ট সুখী বুলি মন্তব্য অভিনেতাগৰাকীৰ। উত্তৰ-পূবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰমোদ বড়োক ধন্যবাদ জনালে অভিনেতাগৰাকীয়ে৷