Local, Vocal, Global

BJP’s Jayanta Bora quits party : বিহালীৰ বিজেপি নেতা জয়ন্ত বৰাৰ দল ত্যাগ

নিউজ ডেস্ক,১৯অক্টোবৰ : বিহালীৰ বিজেপি নেতা জয়ন্ত বৰাৰ দল ত্যাগ ।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ জয়ন্ত বৰাৰ।

বিজেপিৰ পেনেলত নাম নথকাৰ বাবেই দল ত্যাগ জয়ন্ত বৰাৰ(BJP’s Jayanta Bora quits party)।

সাংসদ ৰঞ্জিত দত্তই বিজেপিৰ টিকট দিম বুলি যোগদান কৰাইছিল দলত।

বিজেপি এৰি কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা জয়ন্ত বৰাৰ।

লগতে পঢ়ক :Court grants bail to AAP leader Satyendar Jain in money laundering case : মুকলি আকাশৰ তললৈ দিল্লী প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন