Local, Vocal, Global

WATCH | BJP Leader : বিজেপিক ভোট নিদিয়া মানুহ অহা জনমত কুকুৰ, ছাগলী, ভেড়া হৈ জন্ম হ’ব

নিউজ ডেস্ক,২০এপ্ৰিল : বিজেপিক ভোট নিদিয়া মানুহ অহা জনমত কুকুৰ, ছাগলী, ভেড়া হৈ জন্ম হ’ব।

ভগৱানৰ সৈতে মোৰ ডাইৰেক্ট কণ্টেক্ট আছে। ধৰ্ম আৰু সংস্কৃতিৰ সেৱা কৰা বিজেপিক ভোট দি পূণ্য অৰ্জন কৰক।

কেৱল ১০০০-৫০০ ত ভোট বিক্ৰী কৰা সকলক লৈও বিস্ফোৰণ বিজেপি নেত্ৰীৰ(BJP Leader)।

ধৰ্ম আৰু সাংস্কৃতিৰ সেৱা কৰা বিজেপিকে ভোট দিবলৈ অনুৰোধ নেত্ৰী গৰাকীৰ।

ভগৱানৰ সৈতে পোনপটীয়া যোগাযোগ থকাৰ দাবী বিজেপি নেত্ৰী গৰাকীৰ।

বিজেপি বিধায়কৰ বিস্ফোৰক ভাষ্যই কঁপাইছে সমগ্ৰ দেশ।

লগতে পঢ়ক : WATCH | Waqf Act 2025: ৱাকফ আইনৰ বিৰোধিতা কৰি চাকৰিৰ পৰা পদত্যাগ IPS বিষয়াৰ